Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

পাঠ- ১ ।। ফুলবোৰ ৰঙা নীলা ।। গাওঁ আহা ।। অকণিৰ কৰ্মপুথি ।। ' ক' - শ্ৰেণী

  গাওঁ আহা
ভিডিঅ' লিংক তলত👇 দিয়া হৈছে-

   গাওঁ আহা - লিংক 🔗
ফুলবোৰ ৰঙা নীলা
আৰু হালধীয়া, 
পাতবোৰ কিয় বাৰু
হ'ল সেউজীয়া ? 
পখিলাই উলাহত 
হালি-জালি নাচে, 
ফুলৰ লগত বাৰু
কিনো কথা পাতে ? 




Thanks🙏
Online School Education- Assam

Comments

3-popular-180px-course