অংকুৰণ ।। প্রথম শ্রেণী ।।
পাঠ ৩ - মেকুৰী আৰু কাউৰীৰ মিতিৰালি
সাধু শুনো আহা-
Video🎥 🔗link👇
মেকুৰী আৰু কাউৰীৰ মিতিৰালি
গাওঁ আহা-
ঈগল চৰাই উৰি আহি
গছৰ ডালত পৰে,
তাকে দেখি মইনাহঁতে
হাই - ঊৰুমী কৰে।
ঋষি আছিল গছৰ তলত
কৰি তপ জপ,
মইনাহঁতৰ হাই-ঊৰুমিত
ঋষিৰ ভাঙিল তপ।
এদিন এজনী মেকুৰী
ওৰাঙলৈ গ'ল,
ঐৰাৱতৰ পিঠিত উঠি
ঔৰ তলত ৰ'ল।
ঔ ছিঙি ঐৰাৱতে
মুখত ভৰাই থ'লে,
তাকে দেখি মেকুৰীয়ে
এপাক নাচি দিলে।
If video🎥 links🔗 not working then please contact📞 us through email📧 . Our email📧 address 👉 oseassam2020@gmail.com
ধন্যবাদ🙏
Online School Education - Assam







Comments
Post a Comment