অসমৰ মন্ত্ৰীসভাৰ তালিকা ২০২১ Assam Cabinet Ministers
১। ড° হিমন্ত বিশ্ব শৰ্মা - মুখ্যমন্ত্ৰী, গৃহ,
1. Dr Himanta Biswa Sarma – Chief Minister, Home, Personnel, PWD & any other Department not allotted to any other minister.
২। ৰঞ্জিত কুমাৰ দাস- পঞ্চায়ত আৰু গাম্যোনয়ন মন্ত্রী, জন স্বাস্থ্য, খাদ্য আৰু যোগান মন্ত্রী।
2. Ranjit Kumar Dass – Panchayat and Rural Development, Public Health Engineering, Food & Civil Supplies and Consumer Affairs
৩। অতুল বৰা- কৃষি, উদ্যান শস্য, পশুপালন,
3. Atul Bora – Agriculture, Horticulture, Animal Husbandry & Veterinary, Border Area Development, Implementation of Assam Accord, Cooperation
৪। ইউ জি ব্ৰহ্ম - হস্ততাত, ভূমি সংৰক্ষণ, জনজাতি(P) আৰু পিছপৰা শ্রেণীৰ কল্যাণ মন্ত্রী।
4. Urkhao Gwra Brahma – Handloom & Textile, Soil Conservation, Welfare of Plain Tribe & Backward Classes
৫। চন্দ্ৰমোহন কেশৱ মহন্ত - পৰিবহণ, উদ্যোগ আৰু বানিজ্য, দক্ষতা উন্নয়ন, সংখ্যালঘু উন্নয়ন।
5. Chandra Mohan Patowary – Transport, Industries & Commerce, Skill Development, Welfare of Minorities
৬। পৰিমল শুক্লবৈদ্য - পৰিবেশ আৰু বন মন্ত্রী, মৎস্য, আবকাৰী মন্ত্রী।
6. Parimal Shuklabaidya – Environment & Forests, Fisheries, Excise
৭। কেশৱ মহন্ত - স্বাাাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি মন্ত্রী।
7. Keshab Mahanta – Health & Family Welfare, Science and Technology, Information Technology
৪। ডাঃ ৰণোজ পেগু - শিক্ষা, জনজাতি(P) পিছপৰা শ্রেণীৰ কল্যাণ মন্ত্রী।
8. Ranuj Pegu – Education, Welfare of Plain Tribe & Backward Classes- non-BTC
৯। অশোক সিংঘাল - গুৱাহাটী উন্নয়ন, জলসিঞ্চন, নগৰ উন্নয়ন মন্ত্রী।
9. Ashok Singhal – Guwahati Development, Urban Development, Irrigation
১০। যোগেন মহন - ৰাজহ আৰু দুৰ্যোগ পৰিকল্পনা মন্ত্রী,
10. Jogen Mohan – Revenue & Disaster Management, hills Area Development, Mines and Minerals
১১। সঞ্জয় কিষাণ - চাহ জনজাতি কল্যাণ মন্ত্রী, শ্ৰম আৰু নিযুক্তি
11. Sanjay Kishan – Welfare of Tea Tribes, Labour and Employment
১২। অজন্তা নেওগ - বিত্ত, সমাজ কল্যাণ
12. Ajanta Neog – Social Welfare, Finance
১৩। পীযুজ হাজৰিকা- জলজ সম্পদ, তথ্য আৰু জন-সংযোগ মন্ত্রী,
13. Pijush Hazarika – Water Resources, Information and Public Relations, Parliamentary Affairs
১৪। বিমল বৰাই - ক্ৰীড়া আৰু যুব কল্যাণ মন্ত্রী, সাংস্কৃতিক মন্ত্ৰালয়, শক্তি মন্ত্রী, পৰ্যটন মন্ত্রী।
14. Bimal Bora – Sports & Youth Welfare, Cultural Affairs, Power, Tourism.
মন্ত্ৰীসভাত বিজেপিৰ ১০ জন, অগপৰ দুজন আৰু UPPLৰ এজন বিধায়ক।
অসম বিধানসভাৰ অধ্যক্ষ- শ্ৰীবিশ্বজিৎ দৈমাৰী (পঞ্চদশ)
Thank You🙏







Comments
Post a Comment