Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

ড° ভূপেন হাজৰিকাৰ বিষয়ে চমু টোকা

° ভূপেন হাজৰিকা 




    ° ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, সুৰকাৰগায়ক, সংগীত পৰিচালক আৰু চলচ্চিত্ৰ পৰিচালক হোৱাৰ উপৰিও এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, আৰু আলোচনীৰ সম্পাদক আছিল। 
    
        এই গৰাকী মহান ব্যক্তিৰ জন্ম হয়  শদিয়াত ১৯২৬ চনৰ ৮ছেপ্তেম্বৰত। তেখেতৰ পিতৃৰ নাম
আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।  ১৯৩০ চন কটন কলেজিয়েট হাইস্কুলত ৰাজহুৱা সভাত প্ৰথম গীত পৰিবেশন কৰিছিল। 


Comments

3-popular-180px-course