অসমৰ ৰাজ্যিক চিহ্নসমূহ
ৰাজ্যিক প্ৰতীকসমূহে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সম্পদ সমূহক প্ৰতিনিধিত্ব কৰে। তলত অসমৰ ৰাজ্যিক প্ৰতীক তথা চিহ্নসমূহ দিয়া হল।
ৰাজ্যিক গীত অʼ মোৰ আপোনাৰ দেশ
ৰাজ্যিক শ্লোগান জয় আই অসম
ৰাজ্যিক মোহৰ অসম চৰকাৰ
ৰাজ্যিক ভাষা অসমীয়া
ৰাজ্যিক ভাষিক সমাজ অসম সাহিত্য সভা
ৰাজ্যিক বৃক্ষ/গছ হোলং গছ
ৰাজ্যিক পশু/জন্তু এশিঙীয়া গঁড়
ৰাজ্যিক পক্ষী/চৰাই দেও হাঁহ
ৰাজ্যিক উৎসৱ বিহু
ৰাজ্যিক নৃত্য বিহু নৃত্য
ৰাজ্যিক ফুল কপৌ ফুল
ৰাজ্যিক জলজ পশু শিশু
ৰাজ্যিক পানীয় চাহ
ধন্যবাদ🙏







Comments
Post a Comment