Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
       
         কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান।  এই উদ্যান খন এশিঙীয়া গঁড়ৰ বাবে পৃথিবী বিখ্যাত। এশিঙীয়া গঁড় এই উদ্যান খনৰ পৰ্যটকৰ কেন্দ্রবিন্দু । এশিঙীয়া গঁড়ৰ উপৰিও নানা প্ৰজাতিৰ জীৱ জন্তু , গছ গছনি, অৰ্কিড  এই উদ্যান খনত আছে। 
১৯০৫ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। 
১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। 
১৯১৬ চনত কাজিৰঙাক মৃগয়া বন হিচাপে ঘোষণা কৰা হয়। 
১৯৫০ চনত ইয়াক কাজিৰঙা অভয়াৰণ্য হিচাপে নামাকৰণ কৰা হয়। 
১৯৭৪ চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰে। 
১৯৮৫ চনত কাজিৰঙাক ইউনোস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদান কৰে ৷
২০০৭ চনত কাজিৰঙাক ভাৰতৰ ব্যাঘ্র প্ৰকল্পৰ অন্তর্ভুক্ত কৰা হয়। 
 

Comments

3-popular-180px-course