Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

WORLD ENVIRONMENT DAY - 5h June বিশ্ব পৰিবেশ দিৱস - ৫ জুন

 WORLD ENVIRONMENT DAY - 5TH  JUNE

History:

বিশ্ব পৰিবেশ দিৱস -  ৫ জুন )World Environment Day- 5th June) 

বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে ৫ জুন তাৰিখে সমগ্র বিশ্বতে উদযাপন কৰা হয়। ১৯৭২ চনত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাই ৫ জুন তাৰিখটো  বিশ্ব পৰিবেশ দিৱস (World Environment Day (WED) হিচাপে উদযাপন ৰ সিদ্ধান্ত লয়। ১৯৭৪ চনত প্ৰথম বাৰৰ বাবে Only One Earth ক স্লোগান হিচাপে লৈ বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। পৰিবেশৰ প্ৰতি সজাগতা বৃদ্ধিয়েই এই দিৱস উদযাপনৰ প্ৰধান উদ্দেশ্য। পৰিবেশৰ বিভিন্ন সমস্যা সমুহ যেনে- বায়ু প্ৰদূষণ, প্লাস্টিক প্ৰদূষণ, বন্য প্ৰণীৰ অবৈধ ব্যৱসায়, বহনক্ষম উপভোগ, সাগৰীয় পৃষ্ঠৰ উচ্চতা বৃদ্ধি, খাদ্য সুৰক্ষা আদিৰ প্ৰতি  সজাগতা বৃদ্ধি আদিয়েই এই দিবসৰ অন্যতম লক্ষ্য ।  

বিশ্ব পৰিবেশ দিৱস - ২০২১ ৰ মূল বিষয়বস্তু - "Ecosystem Restoration".

     


Comments

3-popular-180px-course