Skip to main content

You may also like this

4-tag:ENGLISH 3-185px-mosaic

ASSAMESE POEM RECITATION

3-tag:POEM RECITATION-350px-list

১ ৰ পৰা ১০০ লৈ আখৰেৰে ONE TO HUNDRED IN LETTER

১ ৰ পৰা ১০০ লৈ সংখ্যাবোৰ আখৰেৰে 
1 to 100 in letter

সংখ্যা     আখৰেৰে     সংখ্যা আখৰেৰে
এক ১১ এঘাৰ
দুই ১২ বাৰ
তিনি ১৩ তেৰ
চাৰি ১৪ চৈধ্য
পাঁচ ১৫ পোন্ধৰ
ছয় ১৬ ষোল্ল
সাত ১৭ সোতৰ
আঠ ১৮ ওঠৰ
১৯ ঊনৈছ
১০ দহ ২০ বিছ
সংখ্যা আখৰেৰে সংখ্যা আখৰেৰে
২১ একৈছ ৩১ একত্ৰিছ
২২ বাইছ ৩২ বত্ৰিছ
২৩ তেইছ ৩৩ তেত্ৰিছ
২৪ চৌবিছ ৩৪ চৌত্ৰিছ
২৫ পঁচিছ ৩৫ পয়ত্ৰিছ
২৬ ছাব্বিছ ৩৬ ছয়ত্ৰিছ
২৭ সাতাইছ ৩৭ সাতত্ৰিছ
২৮ আঠাইছ ৩৮ আঠত্ৰিছ
২৯ ঊনত্ৰিছ ৩৯ ঊনচল্লিছ
৩০ ত্ৰিছ ৪০ চল্লিছ
সংখ্যা আখৰেৰে সংখ্যা আখৰেৰে
৪১ একচল্লিছ ৫১ একাৱন
৪২ বিয়ালিছ ৫২ বাৱন
৪৩ তিয়াল্লিছ ৫৩ তেৱন
৪৪ চৌচল্লিছ ৫৪ চৌৱন
৪৫ পঞ্চল্লিছ ৫৫ পঁচপন
৪৬ ছয়চল্লিছ ৫৬ ছাপ্পন
৪৭ সাতচল্লিছ ৫৭ সাতাৱন
৪৮ আঠচল্লিছ ৫৮ আঠাৱন
৪৯ ঊনপঞ্চাছ ৫৯ ঊন্নষাঠি
৫০ পঞ্চাছ ৬০ ষাঠি
সংখ্যা আখৰেৰে সংখ্যা আখৰেৰে
৬১ এষষ্ঠি ৭১ এসত্তৰ
৬২ বাষষ্ঠি ৭২ বাসত্তৰ
৬৩ তেষষ্ঠি ৭৩ তেসত্তৰ
৬৪ চৌষষ্ঠি ৭৪ চৌসত্তৰ
৬৫ পঁইষষ্ঠি ৭৫ পঁইসত্তৰ
৬৬ ছয়ষষ্ঠি ৭৬ ছয়সত্তৰ
৬৭ সাতষষ্ঠি ৭৭ সাতসত্তৰ
৬৮ আঠষষ্ঠি ৭৮ আঠসত্তৰ
৬৯ ঊনসত্তৰ ৭৯ ঊনাশীি
৭০ সত্তৰ ৮০ আশী
সংখ্যা আখৰেৰে সংখ্যা আখৰেৰে
৮১ একাশী ৯১ একানব্বৈ
৮২ বিৰাশী ৯২ বিৰানব্বৈ
৮৩ তিৰাশী ৯৩ তিৰানব্বৈ
৮৪ চৌৰাশী ৯৪ চৌৰানব্বৈ
৮৫ পঁচাশী ৯৫ পঁচানব্বৈ
৮৬ ছিয়াশী ৯৬ ছিয়ানব্বৈ
৮৭ সাতাশী ৯৭ সাতানব্বৈ
৮৮ আঠাশী ৯৮ আঠানব্বৈ
৮৯ ঊনানব্বৈ ৯৯ নিৰান্নব্বৈ
৯০ নব্বৈ ১০০ এশ


ধন্যবাদ ।

Comments

3-popular-180px-course